অসম চৰকাৰে উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰাৰ এক সোণালী সুযোগ উপস্থাপন কৰি প্ৰত্যক্ষ নিযুক্তি ২০২৩ ঘোষণা কৰিছে । এইবাৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পদত ১২,৬০০ পদ খালী হৈ নিযুক্তি ঘোষণা কৰা হৈছে । এই সুযোগতে নিজৰ ভৱিষ্যত গঢ়ি তোলক। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ২০২৩ চনৰ ১০ নৱেম্বৰৰ পৰা, ২০২৩ চনৰ ২৯ ডিচেম্বৰলৈকে, চৰকাৰী ৱেবছাইট [https://assam.gov.in/](https://assam.gov.in/)ৰ জৰিয়তে আবেদন কৰিব পাৰিব।
ব'ৰ্ডৰ নাম : মাধ্যমিক শিক্ষা ব'ৰ্ড, অসম (SEBA)
সংগঠন: অসম চৰকাৰ (SLRC)
পদ খালী ১২,৬০০
অনলাইন আবেদনৰ আৰম্ভণিৰ তাৰিখ: ১০ নৱেম্বৰ, ২০২৩
অনলাইন আবেদনৰ সমাপ্তৰ তাৰিখ: ২৯ ডিচেম্বৰ, ২০২৩
খালী পদৰ বিৱৰণ:
মুঠ খালী পদ: ১২,৬০০শিক্ষাগতা অৰ্হতা: -
যোগ্যতা: -
অসমৰ নিয়োগ বিনিময়ত পঞ্জীয়ন হৈ থকাটো বাধ্যতামূলক।
বয়সৰ সীমা:
২০২৩ চনৰ ১ জানুৱাৰীলৈকে ১৮ৰ পৰা ৪০ বছৰ হব লাগিব ।
বয়সৰ ৰেহায় : -
অ.বি.চি.(OBC): ৩ বছৰ
এচ টি (ST): ৫ বছৰ
অনুসূচিত জাত (SC): ৫ বছৰ
পি ডব্লিউ ডি (PWD) : ১০ বছৰ
আবেদন মাচুল: -
সকলো শ্ৰেণীৰ বাবে কোনো আবেদন মাচুল নাই ।
কেনেকৈ আবেদন কৰিব: -
আপলোড কৰিবলৈ প্ৰয়োজনীয় নথিপত্ৰ সমূহ : -
গুৰুত্বপূৰ্ণ তাৰিখ: -
অনলাইন আবেদনৰ আৰম্ভণিৰ তাৰিখ: ১০ নৱেম্বৰ, ২০২৩
অনলাইন আবেদনৰ সমাপ্তৰ তাৰিখ: ২৯ ডিচেম্বৰ, ২০২৩
অনলাইন আবেদনৰ গুৰুত্বপূৰ্ণ লিংক: -
অফিচিয়েল ৱেবছাইট লিংক :ইয়াত ক্লিক কৰক ( C
অনলাইন আবেদন লিংক (তৃতীয় শ্ৰেণী): পঞ্জীয়ন / লগইন ( Registration / Login )
অনলাইন আবেদন লিংক (চতুৰ্থ শ্ৰেণী) : পঞ্জীয়ন / লগইন ( Registration / Login )
নিৰ্বাচন প্ৰক্ৰিয়া: -
Fore More Information Contact Us - sciencet430.montutest@blogger.com
Thank You
Post a Comment